A text in my mother tongue.
World Vision নামৰ NGO এটাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়ি যোৱা এক শৰণীয়া নাম ধৰ্মক বিলুপ্ত কৰাত হাতে কামে নামি পৰিছে।
আমি আপোনালোক সৱধান কৰাব খুজিছোজে এই NGOৰ পতলোভনত নপৰিব। আমাৰ মাটি-ভেটি আমি ৰক্ষা কৰিবটো নৱাৰিলোঁৱে কিন্তু আমি আমাৰ ধৰ্ম ৰক্ষা কৰিবলৈ লাগিব কাৰণ ধৰ্ম থাকিলেহে জাতি থাকিব।