Basic Lesson of Computer

Basic Lesson of Computer

Computer এখন Operate কৰিবলৈ হলে তলত দিয়া পাঁচ টা Parts ৰ প্ৰয়োজন হয় ।

ওপৰত দিয়া Photo খনৰ যিকোনো এখন Parts যদি বেয়া বা Damage হয় তেতিয়াহলে ভালদৰে কাম নকৰিব ।

যিহেতু, Computer ৰ Parts খিনিৰ নাম জানিলো এতিয়া সেই Parts খিনিৰ কাম কি তাৰ বিষয়ে জানিম ।

প্ৰথমতে, UPS ৰ Full Form কি , আৰু ইয়াৰ কাম কি এই বিষয়ে শিকিম-

  1. UPS (Uninterruptible Power Supply)

UPS ৰ Full Form হল- Uninterruptible Power Supply

  • UPS ৰ কাম হল- UPS এ Power Supply দিয়ে, মানে Computer বাকি Parts বিলাকলৈ ভাগ ভাগ কৰি Power (Current) Supply দিয়ে আৰু আন এটা কাম হল Current গুচি যোৱা পাছত Battery Backup দিয়া ।
  1. CPU( Central Processing Unit)

CPU ৰ Full Form হল- Central Processing Unit

                           বা  Control Processing Unit
  • CPU হল কম্পিউটাৰৰ প্ৰধান কাৰ্যকাৰী অংশ (CPU is main Function of the Computer)।

#CPU টোক তিনিটা ভাগত Divided কৰা হৈছে-

ইয়াক কম্পিউটাৰৰ Brain বা মগজু বুলিও কব পাৰি । CPU ৰ ভিতৰত- Mother Board, Hard Disk, SMPS, RAM, Floppy Disk, Cooling Fan, Processor, DVD Reader ইত্যাদি Parts সংৰক্ষিত হৈ থাকে ।

 i) Mother Board- Mother Board হল CPU ৰ main Controller  Board । (যেনেকুৱা আমাৰ ঘৰ খনক কোনো control কৰে আমাৰ মাঁ, ঠিক সেইদৰে CPU টোক এই Board টোৱে Control কৰে বাবে ইয়াৰ নাম মাঁ Board মানে Mother Board) ।

ii) Hard Disk- Hard Disk হল Computer ৰ main memory । ( এক প্ৰকাৰৰ Storage Device হয়)।

iii) SMPS- SMPS হল CPU ৰ Power Controller, যাৰ Full Form হল Switch Mode Power Supply  ।

iv) RAM- RAM হল এক প্ৰকাৰৰ Removal Memory, যাক  Computer Processing High(Fast)        কৰিবৰ   বাবে ব্যৱহাৰ কৰা হয় ।(যেনেকুৱা আজি-কালি Mobile বিলাকত RAM আছে যদি  RAM 1GB হয় তেতিয়া হলে Mobile টো Slow হয়, কিন্তু RAM যদি 2GB 4GB লগাঁও  তেতিয়া হলে Mobile Fast হয়, ঠিক সেইদৰে Computer তো  RAM আছে যদি RAM 1GB হয় তেতিয়া হলে Computer Slow হয়  RAM যদি 2GB বা 4GB লগাঁও  তেতিয়া হলে Computer টো Fast হয় ।)



v)Floppy Disk- Floppy Disk হল  আন এক প্ৰকাৰৰ Removal Memory । যাৰ Use বৰ্তমান           সময়ত নাইকিয়া হৈ গল আৰু ইয়াৰ সলনি Pen Drive Use কৰা হয় ।

vi) Cooling Fan- কম্পিউটাৰ কুলিং ফেন হৈছে ভিতৰত থকা আন এটা ফেন । যাৰ সহায়ত কম্পিউটাৰ চলি থকা অৱস্থাত গৰম নহয় । ই কম্পিউটাৰ খনক ঠাণ্ডা কৰি ৰখাত সহায় কৰে ।

vii)DVD Reader- কম্পিউটাৰত DVD Reader ৰ জৰিয়তে আমি Software Install কৰিব পাৰিম, Game খেলিব পাৰিম, Movies চাব পাৰিম ইত্যাদি ।

  1. Monitor
  • Monitor হলএক প্ৰকাৰৰ Output Device । CPU ত চলি থকা কাৰ্যসমূহ Monitor ত দেখা পাঁও বা Monitor ৰ জৰিয়তে Display পাঁও ।

    • Types of Monitor(Monitor ৰ প্ৰকাৰৰ সমূহ)-
  1. LCD- Liquid Crystal Display

  2. LED- Light Emitting Diode

  3. CRT- Cathode Ray Tube

  4. OLED- Organic Light Emitting Diode

  5. Plasma

4.Keyboard(কীবোর্ড)

  • Keyboard হল এক প্ৰকাৰৰ Input Device । যিকোনো Data Input কৰিবৰ বাবে বা বিশেষ কে Typing ৰ বাবে Keyboard ব্যৱহাৰ কৰা হয় ।

Normally এখন Keyboard 104 টা keys থাকে ।কিন্তু যদি Keyboard খন অলপ সৰু হয় তেন্তে Minimum 99 টা Keys থাকিব। আকৃতি অনুসৰি কমো হব পাৰে বেচিও হব ।

এখন Keyboard ত বিভিন্ন ধৰণৰ Keys থাকে । যেনে- Function Keys, Navigation Keys, Special Keys, Hot Keys, Alphanumeric Keys, Control Keys ইত্যাদি Key থাকে ।

5.Mouse

  • Mouse হল এক প্ৰকাৰৰ Input Device । Mouse জৰিয়তে কম্পিউটাৰ Instruction দিয়া হয় বা কম্পিউটাৰক নিৰ্দেষ দিয়া হয় ।
  1. What is Printer ? (প্ৰিণ্টাৰ কি?)

Ans-Printer is a one types of Output Device. A Printer transfers data from a computer onto paper. The printed Output is called hard copy. A Printer prints paper documents. This includes images, text documents or a combination of both.

(প্ৰিণ্টাৰ হৈছে এক প্ৰকাৰৰ আউটপুট ডিভাইচ। এটা প্ৰিণ্টাৰে কম্পিউটাৰএটাৰ পৰা কাগজলৈ ডাটা স্থানান্তৰ কৰে। মুদ্ৰিত আউটপুটক হাৰ্ড কপি বুলি কোৱা হয়। এটা প্ৰিণ্টাৰে কাগজৰ নথিপত্ৰ প্ৰিণ্ট কৰে। ইয়াত ছবি, পাঠ নথিপত্ৰ বা দুয়োটাৰ সংমিশ্ৰণ অন্তৰ্ভুক্ত থাকে। )

  1. How Many Types of Printer?

Ans- There are mainly two types of Printer-

  1. Impact Printer.

  2. Non-Impact Printer.

  • Impact Printer- (i) Character Printers.

                             (ii) Line Printers.
    

(i) Character Printers- (a) Dot-Matrix Printers.

                                    (b) Daisy Wheel Printers.

(ii) Line Printers-(a) Drum Printers.

                          (b) Chain Printers. 

                          (c) Band Printers.
  • Non-Impact Printers- (i) Inject Printers.

                                       (ii) Laser Printers.
    
                                       (iii) Thermal Printers.
    
  1. কিমান প্ৰকাৰৰ প্ৰিণ্টাৰ আছে ?

উত্তৰ- মুখ্যতঃ দুই প্ৰকাৰৰ প্ৰিণ্টাৰ আছে-

  1. প্ৰভাৱ প্ৰিণ্টাৰ।

  2. অ-প্ৰভাৱ প্ৰিণ্টাৰ।

  • প্ৰভাৱ প্ৰিণ্টাৰ- (i) চৰিত্ৰ প্ৰিণ্টাৰ।

                         (ii) লাইন প্ৰিণ্টাৰ।
    

(i) চৰিত্ৰ প্ৰিণ্টাৰ- (ক) ডট-মেট্ৰিক্স প্ৰিণ্টাৰ।

                        (খ) ডেইজি হুইল প্ৰিণ্টাৰ।

(ii) লাইন প্ৰিণ্টাৰ-(ক) ড্ৰাম প্ৰিণ্টাৰ।

                         (খ) চেইন প্ৰিণ্টাৰ। 

                        (গ) বেণ্ড প্ৰিণ্টাৰ।
  • অ-প্ৰভাৱপ্ৰিণ্টাৰ- (i) ইনজেক্ট প্ৰিণ্টাৰ।

                             (ii) লেজাৰ প্ৰিণ্টাৰ।
    
                           (iii) থাৰ্মাল প্ৰিণ্টাৰ।

Coin Marketplace

STEEM 0.18
TRX 0.13
JST 0.029
BTC 57616.20
ETH 3030.92
USDT 1.00
SBD 2.25